বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ উদ্যোগ আয়োজিত আৰু পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত আজি প্ৰথম খন কোৱাৰ্টাৰ ফাইনেল খেলত ৰঙিয়া ফুটবল বৰমা উদাংশ্ৰী ক্লাৱক ২-০ গ’লত পৰাস্ত কৰি পৰবৰ্তী ৰাউণ্ডত প্ৰবেশ কৰে৷আজিৰ খেলত অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সম্পাদক প্ৰদ্যুত ভূঞা,বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ প্ৰাক্তন সভাপতি ভূপেশ চন্দ্ৰ দাসকে ধৰি কেইবাজনো বিশিষ্ট লোকে অতিথি হিচাবে খেল উপভোগ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पूर्व विधायक व पूर्व सांसद के जन्मदिन पर युवाओं स्वेच्छिक रक्तदान शिविर आयोजित
पूर्व सांसद व पूर्व विधायक रामनारायण मीणा के जन्मदिन के अवसर पर युवाओं ने बूंदी बल्ड में उत्साह...
Special Report LIVE : સ્પેશિયલ રિપોર્ટ । દરેક સમાચારની વિગતવાર ખબર | News18 Gujarati
Special Report LIVE : સ્પેશિયલ રિપોર્ટ । દરેક સમાચારની વિગતવાર ખબર | News18 Gujarati
ৰহা বালিপাৰা আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ তিনি দিনীয়া ২৯তম্ শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ২৭নবেম্বৰৰ পৰা।
'শৰৎ কালৰ ৰাত্ৰী অতি বিতোপন ।
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।।
সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ...
Crocodile Fight: मगरमच्छ से लड़कर अपनी बहन को बचाने वाले लड़की (BBC Hindi)
Crocodile Fight: मगरमच्छ से लड़कर अपनी बहन को बचाने वाले लड़की (BBC Hindi)
કમોસમી વરસાદને પગલે ખેડૂતોને સૂચના આપી...
કમોસમી વરસાદને પગલે ખેડૂતોને સૂચના આપી...