দিল্লীত অৰবিন্দ কেজৰিৱাল চৰকাৰে প্ৰচাৰ কৰা শিক্ষাৰ আৰ্হি 'প্ৰৱঞ্চনাৰ আৰ্হি' বুলি আখ্য়া দিছে কংগ্ৰেছে । শনিবাৰে কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কংগ্ৰেছে অভিযোগ কৰি কয় যে যদি এই আৰ্হি আন ৰাজ্যত প্ৰয়োগ কৰা হয় তেতিয়াহ'লে সমগ্ৰ শিক্ষা ব্যৱস্থা ধ্বংস হ'ব । কংগ্ৰেছৰ মুখপাত্ৰ সন্দীপ দীক্ষিতে কয় যে আম আদমী পাৰ্টিৰ তথাকথিত শিক্ষাৰ আৰ্হিৰ প্ৰকৃত ৰূপটো উন্মোচন কৰাটো গুৰুত্বপূৰ্ণ যাতে আন ৰাজ্যত চলি থকা শিক্ষা ব্যৱস্থা ধ্বংস নহয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
WC में Team India की रणनीति पर वेस्टइंडीज में एक्शन लेंगे Ajit Agarkar, हेड कोच द्रविड और रोहित से होगी चर्चा
सीनियर सेलेक्शन कमेटी के अध्यक्ष अजीत अगरकर पांच अक्टूबर से अहमदाबाद में शुरू होने वाले आईसीसी...
शिक्षक या गुंडा ? खोवांग उच्चतर माध्यमिक विद्यालय के अध्यक्ष ने छात्र को पिटकर घायल कर दिया
मोरान के पास स्थित खोवांग उच्चतर माध्यमिक विद्यालय के अध्यक्ष कृष्णा कुवंर द्वारा नौवीं कक्षा के...
ডোমৰ দলং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত সাংসদ পুঁজিৰ শৌচাগাৰৰ শিলান্যাস কৰে অগপৰ মাহমৰা সমষ্টি সমিতিৰ সভাপতিয়ে।
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মাহমৰা ডোমৰ দলংত সাংসদ পুঁজিৰে নিৰ্মান হ'ব লগীয়া ডোমৰদলং...
अगमगढ़ गुरुद्वारा के निकट टैंकर की चपेट में आने से पैदल जा रहे युवक की मौत हो गई
बूंदी रोड पर टैंकर ने युवक को कुचला
कोटा | बूंदी रोड पर अगमगढ़ गुरुद्वारा के निकट टैंकर की...
গোৰেশ্বৰৰ ফুহুৰাবাৰী প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োৰ
গোৰেশ্বৰৰ ফুহুৰাবাৰী প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োৰ
...