হোজাই পৌৰসভাৰ ১৮নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰৰ সংবাদমেল।পৌৰসভাৰ অন্তৰ্গত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণক কেন্দ্ৰ কৰি ৱাৰ্ড কমিছনাৰ মৃদুল শইকীয়াৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ হৈছিল কিছু সংবাদ মাধ্যমত। ৱাৰ্ড কমিছনাৰ মৃদুল শইকীয়াই সকলো অভিযোগ অস্বীকাৰ কৰি দিলে সংবাদমেল।উল্লেখযোগ্য কোনো পৌৰসভাৰ কৰ্মী তথা পৰিয়ালৰ লোকে ঠিকা লব নোৱাৰে পৌৰসভাৰ পৰা কিন্তু ৱাৰ্ড কমিছনাৰ মৃদুল শইকীয়া পৌৰসভাত দায়িত্ব লোৱাৰ পূৰ্বেই নিবিদা যোগে লাভ কৰিছিল ৩৬ লাখ টকাৰ ঠিকা।আন অভিযোগ নমাহ সময় পাৰ হৈ যোৱাৰ পিছতো কাম আৰম্ভ কৰা নাই ঠিকাদাৰ মৃদুল শইকীয়াই যদিওবা ঠিকা পোৱাৰ ছয়মাহ মানতেই কাম সম্পূৰ্ণ কৰাৰ নিয়ম। কিন্তু এই অভিযোগ সম্পূৰ্ণ নস্বাত কৰি বিভাগীয় অভিযন্তা অসীম সেনগুপ্তাই সময়মতে কামৰ নিৰ্দিষ্ট ঠাই আৰু আৰ্হি নিদিয়াৰ বাবে সময়মতে আৰম্ভ কৰিব নোৱাৰাৰ কথা সংবাদ মাধ্যমত সদৰি কৰিলে ৱাৰ্ড কমিছনাৰ তথা ঠিকাদাৰ মৃদুল শইকীয়াই।কিন্তু বৰ্তমানে পৌৰসভাৰ পৰা কোনো জাননী নোপোৱাকৈ কাম বন্ধ আৰু কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে ঠিকাদাৰ মৃদুল শইকীয়াক।সেয়ে বৰ্তমানৰ ৱাৰ্ড কমিছনাৰ তথা ঠিকাদাৰ মৃদুল শইকীয়াই সংবাদমেল যোগে সদৰি কৰিলে সমস্ত তথ্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઇસ્કોન અક્સ્માત : તથ્ય પટેલ નો DNA, RTO, FORENSIC,અને અન્ય રિપોર્ટ, ગાડીની સ્પીડ સહતી અંગતની માહિતી
ઇસ્કોન અક્સ્માત : તથ્ય પટેલ નો DNA, RTO, FORENSIC,અને અન્ય રિપોર્ટ, ગાડીની સ્પીડ સહતી અંગતની માહિતી
CBSC ত দ্বাদশ শ্ৰেণীলৈ অসমীয়া মাধ্যমত শিক্ষা দিয়াৰ সিদ্ধান্তক পাট সাকোত আদৰণি জনাই আহোম জাতীয় গণমঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ।
আহোম জাতীয় গণমঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক অকণ ভূঞাই CBSC ত অসমীয়া মাধ্যমত...
ઘરફોડ ચોરી કરનાર ઈસમ ને ગણતરી ના કલાકો માં ઝડપી પાડતી દાહોદ એ ડિવિઝન પોલીસ
મે.નાયબ પોલીસ મહાનિરીક્ષક આર.વી.અસારી સાહેબ પંચમહાલ ગોધરા રેન્જ ગોધરા નાઓની સુચના હેઠળ મે.પોલીસ...
રોડધા ગામ વિકાસથી વંચિત
#buletinindia #gujarat #chotaudepur
વેરાવળ ખાતે જીતુભાઈ કુહાડા દ્વારા વિદ્યાર્થીઓને અભ્યાસ કીટ આપવામાં આવી
ખારવા સમાજ ની વંડી માં વેરાવળ સમસ્ત ખારવા સમાજ ના પટેલ શ્રી જીતુભાઈ મોહન ભાઈ કુહાડા તથા...