যোৱা কালি বিয়লি ভাগত ঘা কাটিবলৈ যোৱা চিনগাওৰ মনিকা কিস্কু (৩৪) নামৰ মহিলা গৰাকী সন্ধানহিন হৈ আছিল। সন্ধিয়া মহিলা গৰাকী ঘৰত উপস্থিত নহোৱাত পৰিয়ালৰলোকে বিচাৰ কৰে যদিও কোনো সন্ধান নাপালে । আজি পুনৰ পুৱা গাঁওখনৰ কিছু লোক উপস্থিত হৈ ধাননি পথাৰত বিচাৰ কৰাত মহিলা গৰাকীক তেজেৰে লুতুৰি পুতুৰিত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে। মহিলা গৰাকীৰ দিঙিত কাচি ৰে ৰেপি হত্যা কৰাৰ চিন স্পষ্ট আছে। ওদালগুৰি আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । মহিলা গৰাকীৰ স্বামী কৰ্মসূত্ৰে বাহিৰত থাকে। মৃত্যুত মনিকা কিস্কুয়ে এগৰাকী ৮ বছৰীয়া পুত্ৰ আৰু ৬ বছৰীয়া এগৰাকী কন্যা সন্তান এৰি থৈ যায়। ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে ঘটনা স্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
થરાદ ની સરકારી અનુજાતિ કન્યા છાત્રાલય ની છાત્રાઓ છાત્રાલય ના પ્રશ્નો નુ નિરાકરણ લાવવા માટે નાયબ કલેકટર ને આવેદનપત્ર આપ્યું
થરાદ ની સરકારી અનુજાતિ કન્યા છાત્રાલય ની છાત્રાઓ છાત્રાલય ના પ્રશ્નો નુ નિરાકરણ લાવવા માટે નાયબ...
ડીસામાં મકાનમાં આગ ભભૂકી ઉઠતાં લોકોમાં દોડધામ
ડીસા શહેરના બેકરી કુવા વિસ્તારમાં ગુરૂવારે આગની ઘટના સામે આવી હતી. જેમાં શ્રમજીવી પરિવારના ઘરમાં...
ધુમ્મસભર્યા વાતાવરણમાં વાહનચાલકોને ભારે હાલાકી પડી....
ધુમ્મસભર્યા વાતાવરણમાં વાહનચાલકોને ભારે હાલાકી પડી....