সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ অন্তৰ্গত চৰাইদেউ জিলা গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ উদ্যোগত চফ্ৰাই ৰাজহুৱা প্ৰেক্ষাগৃহত আজি এটা বিনামূলীয়া চকু পৰীক্ষা আৰু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায় ৷ আজিৰ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় সমতিৰ বিষয়াবৰ্গ শ্যামল মহন , দ্বীপেন মহন সহিতে কেন্দ্ৰীয় সমিতিৰ সভাপতি। ৰাতুল শৰ্মাই শুভাৰম্ভ কৰা কাৰ্যসূচীত চৰাইদেউ জিলাৰ সভাপতি সম্পাদক ক্ৰমে সুৰুজ গগৈ আৰু সুভাষ বড়াৰ লগতে ৰতন গুপ্তা , সমাজকৰ্মী দীপক মল্লিক সহিতে বহু সদস্যই সহযোগ কৰা উক্ত অনুষ্ঠানটিত সহযোগিতা আগবঢ়াই শিৱসাগৰৰ ERC Eye Care প্ৰতিষ্ঠানৰ মানৱ দৰদী চকু চিকিৎসক ড° যুটিকা শইকীয়া (ophthalmologist) , ৰাজা কোঁৱৰ ( M U Maneger ) , দিপাংকৰ বৰুৱা ( optical Adviser) আৰু পাল্কু কোঁৱৰ ( Field assistant) ৷ দিনৰ দহ ৰজাৰ পৰা সন্ধিয়ালৈকে দুশৰো অধিক চকু ৰোগীয়ে সমাগম কৰা অনুষ্ঠানটিত স্থানীয় ৰাইজৰ বিপুল সমাদৰ পোৱা যায় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लोकसभा चुनाव के बाद आज पहली बार होगी ‘मन की बात
लोकसभा चुनाव में जीत के बाद आज पहली बार ‘मन की बात’ कार्यक्रम का 111वां एपिसोड...
আপুনি আটাইতকৈ ভালপোৱাজনক কাঢ়ি লৈ গ’লে কি হ’ব?’: দিল্লীত হত্যা কৰা ল’ৰাৰ মাতৃ
দিল্লীত বিচনাৰ বাকচৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ হোৱা ১১ বছৰীয়া ল’ৰাটোৰ মাতৃ নীলুৱে পুত্ৰৰ...
पाटोद्यात मोटार सायकल चोरांचा सुळसुळाट
दबंग एसपी साहेबांनी पाटोदा पोलिस स्टेशनला एक खमक्या पोलिस निरक्षक द्यावावा अशी जनतेची मागणी ...
নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰভাত ফেৰী।
স্বাধীনতাৰ ৭৫ বছৰ পুৰ্তি তথা আজাদী কা অমৃত মহোৎসৱ' ৰ অংগ হিচাপে "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসুচী সফল...
Ashwini Kumar Choubey ने Nitish Kumar पर कसा तंज, कहा- देश मोदी जी की गारंटी चाहता है | Aaj Tak
Ashwini Kumar Choubey ने Nitish Kumar पर कसा तंज, कहा- देश मोदी जी की गारंटी चाहता है | Aaj Tak