প্ৰসিদ্ধ কবি, সাহিত্যিক, ভাষাতত্ববিদ, সাহিত্যতত্বৰ বিশেষজ্ঞ, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক-পত্ৰিকা সম্পাদক, শিৱসাগৰ ৰত্ন, অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান সাহিত্যাচাৰ্য প্ৰাপক, বিশিষ্ট গৱেষক ড০ নাহেন্দ্ৰ পাদুনৰ সৈতে এটি অন্তৰংগ আলাপ আজি অনুষ্ঠিত হয়। চৰাইদেউ জিলা সাহিত্য সভাৰ উদ্যোগত সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় অন্তৰংগ আলাপ অনুষ্ঠানটি। চৰাইদেউ জিলা সাহিত্য সভাৰ সম্পাদক ড° ৰঘুনাথ কাগয়ুঙে আঁতধৰা অনুষ্ঠানটিত সাহিত্যিক পেঞ্চনাৰ ৰতিপ্ৰভা গগৈ, শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগ গগৈ, শিক্ষাব্ৰতী মণি গগৈৰ লগতে বহু কেইগৰাকী সাহিত্য প্ৰেমী উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
JDU Meeting Updates: Nitish Kumar के JDU अध्यक्ष बनने की खबर के बाद Patna में जश्न | Bihar News
JDU Meeting Updates: Nitish Kumar के JDU अध्यक्ष बनने की खबर के बाद Patna में जश्न | Bihar News
ಬಿಹಾರ, ಪಂಜಾಬ್ ಮುಖ್ಯಮಂತ್ರಿಗಳನ್ನು ಭೇಟಿಯಾದ ಡಿಸಿಎಂ ಡಿ.ಕೆ. ಶಿವಕುಮಾರ್
ಬೆಂಗಳೂರಿನಲ್ಲಿ ನಡೆಯುತ್ತಿರುವ ಕೇಂದ್ರದ ವಿಪಕ್ಷಗಳ 'ಮಹಾ ಮೈತ್ರಿಕೂಟ' ಸಮಾವೇಶದಲ್ಲಿ ಡಿಸಿಎಂ ಡಿ.ಕೆ. ಶಿವಕುಮಾರ್...
ધંધુકા બગોદરા હાઈવે પર ગમખ્વાર અકસ્માત
ધંધુકા બગોદરા હાઈવે પર ગમખ્વાર અકસ્માત
તારીખ.7.1.2023 નારોજ ચરખડિયા ગામ માં શાકોત્સવ તથા સરદાર વલ્લભભાઈ પટેલની પ્રતિમા નું અનાવરણ કરાયું.
સાંસદ નારાયણભાઈ કાછડિયા
ધારાસભ્ય મહેશભાઈ કસવાલા દીપકભાઈ માલાણી,
લાલજી રમેશભાઈ ગોંડલિયા, ચતુરભાઈ...