খোৱাং উন্নয়ন খণ্ডৰ বামুনবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভামুন চাহ বাগিচাত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মানিৱাইজ চি. এফ. এল প্ৰকল্পৰ, ক্ৰিছিল ফাউণ্ডেশ্যনৰ টিংখাং মানিৱাইজ বিত্তীয় সাক্ষৰতা কেন্দ্ৰৰ উদ্যোগত আৰু ভামুন চাহ বাগিচাৰ কৰ্তৃপক্ষৰ সহযোগত কালি ২৩ ছেপ্টেম্বৰত বিত্তীয় সাক্ষৰতাৰ ওপৰত এখনি সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত ভামুন চাহ বাগিচাৰ ৭০ জনৰো অধিক লোক উপস্থিত থাকে। সভাত টিংখাং মানিৱাইজ বিত্তীয় সাক্ষৰতা কেন্দ্ৰৰ হৈ কেন্দ্ৰ ব্যৱস্থাপক কপিল হাজৰিকা, খোৱাং ক্ষেত্ৰ সমন্বয়ক সুনিল মাছোৱা লগতে ভামুন চাহ বাগিচাৰ কৰ্তৃপক্ষৰ কেইবাজনো সদস্য উপস্থিত থাকে। সভাত উপস্থিত থকা টিংখাং মানিৱাইজ বিত্তীয় সাক্ষৰতা কেন্দ্ৰৰ কেন্দ্ৰ ব্যৱস্থাপক আৰু ক্ষেত্ৰ সমন্বয়কে সঞ্চয়, ঋণ, বীমাৰ লগতে বেংকৰ বিভিন্ন উন্নয়নমূলক সামাজিক সুৰক্ষা আঁচনিৰ বিষয়ে ৰাইজৰ আগত ব্যক্ত কৰে । সভাৰ মূল উদ্দেশ্য আছিল ৰাইজৰ মাজত বিত্তীয় সাক্ষৰতা ওপৰত সজাগতা প্ৰদান কৰা আৰু বিত্তীয় অন্তৰ্ভূক্তিক উৎসাহিত কৰাৰ লগতে হিতাধাৰীসকলক সমাজ কল্যান আঁচনিৰ দিশত লাভালাভ প্ৰদান কৰা ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Cooking fish on stone,primitive cooking,tasty recipe,दगडावर केली फिश कूकिंग,चवदार रेसिपी
Cooking fish on stone,primitive cooking,tasty recipe,दगडावर केली फिश कूकिंग,चवदार रेसिपी
Breaking News: Yamuna Expressway पर 1 अक्टूबर से सफर करना होगा महंगा, 4 प्रतिशत बढ़ाया गया टोल
Breaking News: Yamuna Expressway पर 1 अक्टूबर से सफर करना होगा महंगा, 4 प्रतिशत बढ़ाया गया टोल
Mankind Pharma Stock Today: Block Deal के जरिए PE इनवेस्टर्स बेचेगी अपना हिस्सा | Market News
Mankind Pharma Stock Today: Block Deal के जरिए PE इनवेस्टर्स बेचेगी अपना हिस्सा | Market News
सेंसेक्स 494 अंक की गिरावट के साथ 81,006 पर बंद:निफ्टी भी 221 अंक गिरा
सेंसेक्स आज यानी 17 अक्टूबर को 494 अंक की गिरावट के साथ 81,006 के स्तर पर बंद हुआ। निफ्टी भी 221...