*দেৰগাঁৱৰ আমগুৰিত যোৰহাটত এদল দানৱৰূপী মানৱৰ হাতত অকালতে মৃত্যু হোৱা ছাত্ৰ নেতা অনিমেষ ভূঞাৰ সপোনৰ "ন-সোৱাদ" নামৰ ৰেষ্টুৰেণ্ট"মুকলি…*

যোৰহাটত এদল দানৱৰূপী মানৱৰ বৰ্বৰ আক্ৰমণত মৃত্যুক আকোঁৱালি লোৱা অনিমেষ ভূঞাৰ কথা আপুনি নিশ্চয় পাহৰা নাই ৷ এখন ৰেষ্টুৰেণ্ট খোলাৰ বাবে সামগ্ৰী ক্ৰয় কৰিবলৈ যাওঁতেই অনাকাংক্ষিতভাৱে মৃত্যুক সাৱটি লোৱা অনিমেষৰ সপোন বাস্তৱায়িত কৰিলে দুই বন্ধু মৃদুষ্মন্ত আৰু প্ৰণয়ে । “অনিমেষৰ সপোনৰ ন সোৱাদ"