#ব'ল-বম উপলক্ষে জামুগুৰিহাটৰ নাগেশ্বৰ মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ সোঁত।জীয়াভৰলী নদীৰ পৰা ঘটত পানী আনি পানী আনি নাগেশ্বৰ মন্দিৰত পূজা-অৰ্চনা কৰা দেখা পোৱা গৈছে ভক্তগনক।