ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ নিজৰ মত প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেখেতে অনতি বিলম্বে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবী উত্থাপন কৰে। দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে বিগত সময়ত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব বুলি ঘোষণা কৰা পাছতো আজিলৈকে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে। আনহাতে জনগোষ্ঠীকেইটাৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত জনজাতিৰ মৰ্যদা প্ৰদান কৰা উচিত বুলিও মন্তব্য আগবঢ়ায় জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'दिल्ली जाना है तो…' आंदोलन कर रहे किसानों को High Court ने ये निर्देश दिया। Farmer Protest
'दिल्ली जाना है तो…' आंदोलन कर रहे किसानों को High Court ने ये निर्देश दिया। Farmer Protest
Jharkhand Floor Test में Hemant Soren ने खुला चैलेंज दे दिया | Champai Soren
Jharkhand Floor Test में Hemant Soren ने खुला चैलेंज दे दिया | Champai Soren
આટકોટ વિદ્યાવિહાર પ્રાથમિક શાળામાં નાતાલ દિવસની ઉજવણી કરવામાં આવી
આટકોટ વિદ્યાવિહાર પ્રાથમિક શાળામાં નાતાલ દિવસની ઉજવણી કરવામાં આવી
મેટ્રો 50 - 8.30 PM - 10.09.2022 @Sandesh News
મેટ્રો 50 - 8.30 PM - 10.09.2022 @Sandesh News