নাজিৰা-গেলেকী সংযোগী নিমতিতা অঞ্চলত গড়কাপ্তানী বিভাগৰ নৱ নিৰ্মিত পথৰ বিসংগতি

ঠিকাদাৰ, ইঞ্জিনিয়াৰৰ নিম্নগামী কামৰ বাবে ঠায়ে ঠায়ে মূল পথচোৱা জহিখহি যোৱা উপক্ৰম ঘটিছে, অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদৰ বিভাগক সকিয়নী ।