গোলাঘাটৰ কপহুৱাটিং চাহ বাগিচাত উদ্ধাৰ দুষ্প্ৰাপ্য লাজুকী বান্দৰ । বাগিচাৰ শ্ৰমিকে উদ্ধাৰ কৰি চমজাই দিয়ে বন বিভাগক ।