দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত চাহ জনগোষ্ঠী আৰু অনুসূচীত জাতি মৰ্চাৰ তত্বাৱধানত মাহমৰা গ্ৰাম্য মন্ডলৰ সহযোগত সেৱা পষেক কাৰ্যসূচীৰ অংশ আজি মাহমৰা সমষ্টিৰ দিচাও বটুৱাত স্বাস্থ্য পৰীক্ষা শিবিৰ এটা অনুষ্ঠিত কৰা হয়। বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবৰটোত উপস্থিত থাকি বিজেপি চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথ তাছাই স্বাস্থ্য পৰীক্ষা কৰিবলগীয়া ব্যক্তি সকলৰ লগত মত বিনিময় কৰে আৰু উপস্থিত ৰাইজ তথা চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলক ধন্যবাদ জ্ঞাপন কৰে। প্ৰায় ডেৰ শতাধিক ৰাইজ উপস্থিত থকা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত থাকে জিলা উপ-সভাপতি ৰজকমল মহন, মন্টু কোঁৱৰ, সম্পাদক অজন্ত বৰুৱা, যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য নৱ বৰুৱা, জিলা অনুসূচীত জাতি মৰ্চাৰ সভাপতি মাধৱ দাস, চাহ জনগোষ্ঠয় মৰ্চাৰ সভাপতি বিজয় ভুমিজ, মন্ডল সভাপতি ৰামচন্দ্ৰ ভুমিজ, মাহমৰা গ্ৰাম্য মন্ডলৰ সভাপতি দিগন্ত আৰন্ধৰা, অনুসূচীত জাতি মৰ্চাৰ মন্ডল সভাপতি অৰুণ দাস, উদয়পুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী স্মৃতি দুৱৰা ,মাহমৰা গ্ৰাম্য মন্ডলৰ যুৱ মৰ্চাৰ সভাপতি ভৰত গগৈ প্ৰমুখ্যে বহু কেইজন দলীয় কাৰ্যকৰ্তা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
फिर आएंगे NDA में Pashupati Kumar Paras ? Chirag Paswan बोले- चाचा जो फैसला लेंगे मैं उनके साथ
फिर आएंगे NDA में Pashupati Kumar Paras ? Chirag Paswan बोले- चाचा जो फैसला लेंगे मैं उनके साथ
એસએસજી હોસ્પિટલમાં લોહિયાળ જંગ ખેલાયો
#buletinindia #vadodara #gujarat #news
_बालोतरा पुलिस द्वारा ऑपरेशन मदमर्दन के तहत बड़ी कार्यवाही_, 431.3 किलोग्राम अवैध मादक पदार्थ डोडा पोस्त बरामद ,मादक पदार्थ तस्करी में प्रयुक्त वाहन स्कॉर्पियो जब्त
_बालोतरा : पुलिस द्वारा ऑपरेशन मद मर्दन के तहत बड़ी कार्यवाही करते हुए भारी मात्रा में डोडा पोस्त...
માંગરોળ બંદર ખાતે થી 60 થી વધુ ઇંગલિશ દારૂની પેટીઓ સાથે 1 ઇશમ ને ઝડપી પાડ્યો | NEWS UPDATES
માંગરોળ બંદર ખાતે થી 60 થી વધુ ઇંગલિશ દારૂની પેટીઓ સાથે 1 ઇશમ ને ઝડપી પાડ્યો | NEWS UPDATES
बेटियां कोई अभिशाप नहीं बल्कि वरदान होती हैं - अग्रवाल
बेटियां कोई अभिशाप नहीं बल्कि वरदान होती हैं - अग्रवाल
बून्दी। महिला अधिकारिता विभाग बूंदी व जिला...