বৰলুইতত আবদ্ধ মাজুলী অভিমুখী যাত্ৰীবাহী ফেৰী
প্ৰচণ্ড ধুমুহাত দিশহাৰা এম ভি পানৈ নামৰ ফেৰীখন
৩-৩০ বজাত নিমাতীৰ পৰা কমলাবাৰী ঘাটলৈ আহিছিল ফেৰীখন
হাহাকাৰ পৰিস্থিতি
৬০ জনৰো অধিক যাত্ৰী ৰ লগতে দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহন আছে ফেৰীখনত আছে কন কন শিশু।