সোণাৰিত একক ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱসায়ীৰ বিৰুদ্ধে আজি আকস্মিক অভিযান চলাই সোণাৰি পৌৰসভাই। সোণাৰি নগৰত একক ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰি ৰখাৰ পাছতো একাংশ অসাধু ব্যৱসায়ীয়ে গোপনে মজুত কৰি ৰখাৰ লগতে বিক্ৰী অব্যাহত ৰাখিছে প্লাষ্টিকৰ বেগ আদি। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সোণাৰি পৌৰসভাই আকস্মিক অভিযান চলোৱা পৰিলক্ষিত হয়। সোণাৰি নগৰৰ বিভিন্ন ঠাইত মজুত কৰি ৰখা গোডামসমূহত অভিযান চলাই সোণাৰি পৌৰসভাই একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱসায় বন্ধ কৰিবলৈ সতৰ্ক কৰি দিয়ে অসাধু ব্যৱসায়ীসকলক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पुरानी रंजिश में युवक पर तलवारों व पाइपो से हमला युवक घायल MBS अस्पताल में भर्ती
शहर के रेलवे कॉलोनी थाना क्षेत्र के काला तालाब में पुरानी रंजिश में देर रात को बदमाशो ने हमला कर...
बरसों से भूखंड पट्टे का इंतजार कर रहे लोगों को मिली राहत चेहरे पर आई मुस्कान
बरसों से भूखंड पट्टे का इंतजार कर रहे लोगों को मिली राहत चेहरे पर आई मुस्कान
દિયોદરના ધારાસભ્યના સમર્થકે ખેડૂત આગેવાન પર હુમલો કરતા ખેડૂત આગેવાનોએ કરેલી ગાંધીનગર કુચનું સમર્થન
દિયોદરના ધારાસભ્યના સમર્થકે ખેડૂત આગેવાન પર હુમલો કરતા ખેડૂત આગેવાનોએ કરેલી ગાંધીનગર કુચનું સમર્થન
પાટણના હાજીપુરમાં મંદિરમાં ચોરી કરનાર શખ્સને પોલીસે ઝડપ્યો
પાટણ તાલુકાના હાજીપુર ગામે મહાકાળી માતાજીના મંદિરમાં રૂ. 1.44 લાખના સોનાના ત્રણ છત્તરની ચોરીની...