শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। মা দুৰ্গাক আদৰিবলৈ চাৰিওদিশে এতিয়া ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। পূজা সমিতি সমূহৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যস্ততা বাঢ়িছে মৃন্ময় শিল্পীসকলৰ।