স্বাধীনতাৰ ৭৫ বছৰ জয়ন্তী,"আজাদী কা অমৃত মহোৎসব"উপলক্ষে দৰং জিলাৰ মঙলদৈ পৌৰসভাৰ ২৭ শ পতাকা বিক্ৰী কৰিব।১৫ আগষ্টৰ ভিতৰত স্বাধীনতা উৎসৱ উদযাপন কৰা ব্যবস্থা কৰা হৈছে ।তদুপলক্ষে প্ৰতিটো পৰিয়ালত এখন কৈ ভাৰতৰ জাতীয় পতাকা যোগান ধৰিবলৈ আত্ম সহায়ক গোটৰ মহিলা সকলক জাতীয় পতাকা প্ৰস্তুত ,বিক্ৰী আৰু বিতৰণৰ ব্যৱস্থা কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে ।

আজি দৰং জিলাৰ জয়ন্ত হাজৰিকা কাৰ্যালয়ত এখনি পতাকা বিপনী কেন্দ্ৰ স্থাপন কৰে।

বিপনী কেন্দ্ৰ খন উদ্বোধন কৰে মঙ্গলদৈ পৌৰসভাৰ পৌৰপতি নিৰ্মালি দেৱী।