নাজিৰা মহকুমাৰ খাদ্য , অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা ৰাইজৰ জ্ঞাতাৰ্থে এক জাননী জাৰি কৰিছে । নাজিৰা মহকুমা অন্তৰ্গত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা যোজনা ২০১৩ অধীনৰ হিতাধীকাৰী সকলক জনাই যে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ চেপ্তেম্বৰ ২০২২ ৰ বাবে আৱন্টিত চাউল প্ৰতিজন হিতাধীকাৰীৰ বাবে ৫ কি.গ্ৰা. ৰ পৰিবৰ্তে ৪.৬৯৪ কি.গ্ৰা. কৈ আৱন্টিত হৈছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিশ্বনাথৰ যুবকক কাম দিয়াৰ প্ৰলোভন দি কাশ্মীৰত বিক্ৰী, বিশ্বনাথ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল
বিশ্বনাথৰ পৰা এজন যুৱকক বাংগালুৰুত কাম দিয়াৰ প্ৰলোভনৰে কাশ্মীৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন...
Beauty Tips: पाना चाहते हैं चेहरे का खोया हुआ निखार वापस, तो आज ही ट्राई करें कॉफी से बने ये 4 फेस मास्क
धूल-मिट्टी और बढ़ते प्रदूषण से सिर्फ सेहत ही नहीं बल्कि त्वचा भी काफी प्रभावित होती है। ऐसे में...
શાહપુર મેટ્રો સ્ટેશન પાસે દાગીનાની લૂંટ કરનાર ૨ ઇસમોને ૪.૫ કિલો સોનાના દાગીના સાથે અમદાવાદ ક્રાઈમ બ્રાન્ચે ગુનાના ભેદ ઉકેલયા.
ગઇ તા. ૦૭/૧૧/૨૦૨૨ ના આશરે સાતેક વાગ્યાની આસપાસ સી.જી.રોડ ખાતેની એસ.એસ.તીર્થ ગોલ્ડ પેઢી ના બે...
গোলাঘাটত গৰুভৰ্তি বাহন জব্দ
গোলাঘাটত গৰুভৰ্তি বাহন জব্দ। গোলাঘাটৰ শিয়ালেখাটি গাওঁৰক্ষী বাহিনীয়ে পহৰা দি থকা অৱস্থাত জব্দ...