নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত নাৰপাৰাত নলবাৰী মেডিকেল কলেজৰ এখন গাড়ীৰ খুন্দাত এজন লোক নিহত হোৱাত অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হৈছিল৷উল্লেখ্য যে ধনৰা গাৱঁৰ বাপন কলিতা(৪২)নামৰ লোকজনে নাৰপাৰাৰ এখন দোকানৰ সন্মুখত থিয়হৈ থাকোতে উদণ্ড দ্ৰাইভাৰে খুন্দিয়াই আহত কৰে৷ৰাইজে ততাতৈয়াকৈ নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও তাতে তেওঁক মৃত্যু ঘোষণা কৰে৷মৃত বাপন কলিতা দতৰা গাওঁ পঞ্চায়তৰ সদস্য আছিল৷মৃত্যুৰ সময়ত তেওঁ পত্নী সহ দুই পুত্ৰ কন্যাক ইহসংসাৰত এৰি যায়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ভয়ংকৰ দুৰ্ঘটনাত দম্পতীৰ কৰুণ মৃত্যু।
ভয়ংকৰ দুৰ্ঘটনাত দম্পতীৰ কৰুণ মৃত্যু। গোৱালপাৰাৰ আগিয়াত পুৱাই ব্ৰিজা আৰু গেছ কঢ়িয়াই অনা বাহনৰ...
96.88 crore people registered to vote for 2024 Lok Sabha election, says Election Commission
February 9, 2024
96.88 crore people registered to vote for 2024 Lok Sabha election, says Election...
वन्य प्राण्याने केला हमला. वासराचा पाडला फडशा.
वन्य प्राण्याने केला हमला. वासराचा पाडला फडशा.
এগৰাকী অবসৰ প্ৰাপ্ত অধ্যক্ষৰ কৰোণগাথা । নিজৰ ঘৰতে গৃহ বন্দী কৰি ৰখা হৈছে লোক জনক ।
এগৰাকী অবসৰ প্ৰাপ্ত অধ্যক্ষৰ কৰোণগাথা । নিজৰ ঘৰতে গৃহ বন্দী কৰি ৰখা হৈছে লোক জনক ।