তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ পল্লবলোচন দাসে আজি নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ সদস্যসকলৰে এক সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয় ৷ কেইবাটাও কাৰ্যসুচী লৈ নাৰায়ণপুৰলৈ অহা সাংসদগৰাকীয়ে নাৰায়ণপুৰ প্ৰেছ ক্লাবলৈ আহি সাংবাদিকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয় ৷ অসম সাহিত্যসভাৰ আগন্তুক নাৰায়ণপুৰ অধিৱেশনৰ বাবে প্ৰেছ ক্লাবটোত প্ৰয়োজন হোৱা আন্তঃগাঁথনি উন্নয়ণ কৰাৰ আশ্বাস প্ৰদান কৰে সাংসদগৰাকীয়ে ৷ সাংসদগৰাকীৰ সৈতে বিজেপিৰ লখিমপুৰ জিলা সভাপতি ফনীধৰ বৰুৱা , নাৰায়ণপুৰ পৌৰসভাৰ উপ পৌৰপতি বিৰাজ ভূঞা প্ৰমুখ্যে বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Modi Surname Remark: राहुल गांधी को गुजरात हाई कोर्ट से झटका, मानहानि मामले में सजा पर रोक की याचिका खारिज
Modi Surname Remark राहुल गांधी को गुजरात हाई कोर्ट से बड़ा झटका लगा है। मोदी सरनेम को...
सुनवानी थाना में पदस्थ पुलिसकर्मी की डायल हंड्रेड में ड्यूटी के दौरान हुई मौत
सुनवानी थाना में पदस्थ पुलिसकर्मी की डायल हंड्रेड में ड्यूटी के दौरान हुई मौत,
...
ভাৰতীয় জনতা পাৰ্টী খৈৰাবাৰী মণ্ডল কাৰ্যালয়ত আজি " পণ্ডিত দীনদয়াল উপাধ্যায় " জীৰ জন্ম জয়ন্তী পালন কৰা হয় ..
খৈৰাবাৰী মন্দল বিজেপিৰ কাৰ্যালয়ত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম জয়ন্তী পালন
#news24update #views #news #assamforest গোৰেশ্বৰৰ বগামাটিত আবদ্ধ বন্যহস্তীৰ পোৱালী উদ্ধাৰ বনবিভাগৰ
#news24update #views #news #assamforest গোৰেশ্বৰৰ বগামাটিত আবদ্ধ বন্যহস্তীৰ পোৱালী উদ্ধাৰ বনবিভাগৰ
જય ભારતી ફાઉન્ડેશન અડાસના પ્રમુખ હંસાકુંવરબા રાજ દ્વારા વડાપ્રધાન નરેન્દ્રભાઈ મોદીના જન્મ દિવસની ઉજવણી
જય ભારતી ફાઉન્ડેશન અડાસના પ્રમુખ હંસાકુવરબા રાજ દ્વારા વડાપ્રધાન નરેન્દ્ર મોદીના જન્મદિવસની ઉજવણી...