নুমলীগড়ৰ মৰঙি চাহ বাগিচাত অঘটন ৷ ধনশিৰি নদীত পৰি এজন লোক সন্ধানহীন ৷ সন্ধানহীন লোকজনৰ নাম "পৰমেশ্বৰ চবৰ" বুলি জানিব পৰা গৈছে ৷ নদীত গা ধুবলৈ গৈ পিছলি পৰি নদীৰ গভীৰ পানীত ডুব যায় লোকজন ৷ ইতিমধ্যে নুমলীগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |