গোলাঘাট আবকাৰী বিভাগৰ অভিযানত কছাৰীহাত বনগাঁওৰ পৰা উদ্ধাৰ বটলে বটলে অবৈধ সুৰা l গোপন সূত্ৰৰ পম খেদি গোলাঘাট আবকাৰী আৰু আৰক্ষী বিভাগৰ অভিযানত নিশা গোলাঘাট কছাৰীহাত বনগাঁওৰ পৰা ঘৰত লোকোৱাই থোবা আবস্থাৰ পৰা উদ্ধাৰ হয় বটলে বটলে অবৈধ সুৰা l কিছু সুৰা উক্ত স্থানতেই আৰক্ষীয়ে পেলাই দিয়ে যদিও কিছু সুৰা জব্দ কৰি আৰক্ষীয়ে আৰক্ষী থানাত থৈ দিয়ে বুলি জানিব পৰা গৈছে
গোলাঘাট আবকাৰী বিভাগৰ অভিযানত কছাৰীহাত বনগাঁওৰ পৰা উদ্ধাৰ বটলে বটলে অবৈধ সুৰা l গোপন সূত্ৰৰ পম খেদি


