নুমলীগড়ৰ মৰঙিৰ সাৰৰ গাৱৰ সমীপৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

দৈনিক ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ইটোৰ পিছত সিটো ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা মৰঙিৰ সাৰৰ গাৱৰ সমীপৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। হাৰিয়ানাৰ পৰা ইম্ফল অভিমুখী বাহন খনৰ ভিতৰত অনা সামগ্ৰিক লৈ ৰাইজৰ সন্দেহ। কিয়নো চালক গৰাকীয়ে বাৰে বাৰে কৰিছে ভাষ্য সলনি। দুৰ্ঘটনাগ্ৰস্ত বাহন নম্বৰ HR 38AC 0598 ।