নাজিৰা সমষ্টিৰ মেকিপুৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যা , আটছাৰ নাজিৰা শাখাৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদিকা, বিজেপিৰ কৰ্মী লিগিৰীপুখুৰী চাহ বাগিচাৰ নিবাসী ৰীণা মানকীৰ অকাল মৃত্যু হয় । তেখেতৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে অঞ্চলটোত । তেখেতৰ মৃত্যুত বিজেপিৰ শিৱসাগৰ জিলাৰ সভাপতি ময়ুৰ বৰগোঁহাই উপস্থিত হৈ বৈকুণ্ঠ গামী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पेट्रोल-डीजल की कीमतें घटा सकती हैं तेल कंपनियां, एक और तिमाही तक कच्चे तेल की कीमतों पर रखी जाएगी नजर
नई दिल्ली, यदि वैश्विक स्थितियों में कोई बदलाव नहीं होता है तो भारतीय तेल कंपनियां अगली...
PORBANDAR રાણાકંડોરણા નજીક રીક્ષા પ૯ટી જતા અકસ્માત 31 10 2022
PORBANDAR રાણાકંડોરણા નજીક રીક્ષા પ૯ટી જતા અકસ્માત 31 10 2022
Bodley News | ખંડણી માગી વેપારીની હત્યા કરાઈ | murder case | Gujarati News
Bodley News | ખંડણી માગી વેપારીની હત્યા કરાઈ | murder case | Gujarati News
বিধায়ক চক্ৰধৰ গগৈয়ে খোৱাংত আধাৰশিলা স্থাপন কৰিলে কেইবালাখ টকীয়া অতিথিশালা আৰু চাও চেঙ ৰেণ
বিধায়ক চক্ৰধৰ গগৈয়ে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ CSR আঁচনিৰ দ্বাৰা ১৫ লাখ টকা...