নাজিৰা সমষ্টিৰ মেকিপুৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যা , আটছাৰ নাজিৰা শাখাৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদিকা, বিজেপিৰ কৰ্মী লিগিৰীপুখুৰী চাহ বাগিচাৰ নিবাসী ৰীণা মানকীৰ অকাল মৃত্যু হয় । তেখেতৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে অঞ্চলটোত । তেখেতৰ মৃত্যুত বিজেপিৰ শিৱসাগৰ জিলাৰ সভাপতি ময়ুৰ বৰগোঁহাই উপস্থিত হৈ বৈকুণ্ঠ গামী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કાલોલ ના સૈનિક પરીવારે શહીદો ની યાદમા શહીદ પરીવાર સાથે દિવાળીની ઉજવણી કરી
સામાન્ય રીતે આપણા દેશમાં પંદરમી ઓગસ્ટ અને છવીસ જાન્યુઆરી ને દીવસે સૈનીકો ને યાદ કરવામાં આવે છે...
शिरुर तालुक्यातील तलाठ्यांचे दप्तर तपासणीचे आदेश
शिरुर: शिरुर तालुक्यातील काही तलाठी यांच्या शासकीय कामकाजाबाबत चुकीची कामे करत असल्याचे निदर्शनास...
কৰম সন্মিলনৰ উদযাপন সমিতিৰ উদ্যোগত কাকপথাৰত অনুষ্ঠিত ঝুমইৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান সম্পন্ন
কৰম সন্মিলনৰ উদযাপন সমিতিৰ উদ্যোগত কাকপথাৰত অনুষ্ঠিত ঝুমইৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান সম্পন্নআজি...
ধেমাজিত চৰকাৰী চিকিৎসালয় অস্হায়ী কৰ্মচাৰীৰ 'অৱস্হান ধৰ্মঘট "
ধেমাজিত আজি সদৌ অসম চৰকাৰী চিকিৎসালয় অস্হায়ী কৰ্মচাৰী সন্হাই বিভিন্ন দাবীত ৰুপায়ণ কৰে "...