দৈনিক ন-ন কৌশল অবলম্বন কৰিছে চোৰাং গৰু সৰবৰাহকাৰী চক্ৰই । আৰক্ষীৰ চকুত ধূলি দি বিস্কুট কঢ়িওৱা কন্টেনাৰত কৌশলেৰে সাতটাকৈ চোৰাং গৰু কঢ়িয়াই অনা এ এছ ০১ এইচ চি নম্বৰৰ কন্টেনাৰ খন মৰিগাঁও আৰক্ষীয়ে তালাচী চলাওঁতেই পোহৰলৈ আহে সমগ্র ঘটনা।মৰিগাঁও আৰক্ষীৰ গোপন খৱৰৰ ভিত্তিত মৈৰাবাৰীৰ পৰা গুৱাহাটী অভিমুখী এ এছ ০১ এইচ চি ৮৯০৫ নম্বৰৰ বিস্কুট কঢ়িওৱা টাটা ডি এল গাড়ীখন বাচনাঘাটত মৰিগাঁও আৰক্ষীৰে তালাচী চলাই বিস্কুটৰ সলনি উদ্ধাৰ কৰে ৭ টাকৈ চোৰাং গৰু। ইয়াৰ পিছতেই মৰিগাঁও আৰক্ষীৰে গাড়ী খনৰ চালক জনক গ্ৰেপ্তাৰ কৰি গৰু ভৰ্ত্তি কন্টেনাৰ খন মৰিগাঁও থানালৈ আনে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিহু সংস্কৃতিৰ বিকৃত ৰূপত প্ৰদৰ্শন কৰা সকল ক্ষমাৰ অযোগ্য
বিহু সংস্কৃতিৰ বিকৃত ৰূপত প্ৰদৰ্শন কৰা সকল ক্ষমাৰ অযোগ্য বৃহত্তৰ বিহু সমন্বয়ৰক্ষী সমিটিৰ মন্তব্য
ಬೆಂಗಳೂರಿನ ಮಹಾಲಕ್ಷ್ಮೀ ಲೇಔಟ್ ನ ರಾಣಿ ಅಬ್ಬಕ್ಕ ದೇವಿ ಮೈದಾನದಲ್ಲಿ "ತ್ರಯೋದಶ ಲಕ್ಷ ಶ್ರೀ ರಾಮತಾರಕ ಮಹಾಯಾಗ ಶ್ರೀ ಸೀತಾ ಕಲ್ಯಾಣೋತ್ಸವ ಹಾಗೂ ಕಲಶಾಭಿಷೇಕ" ನಡೆಯಿತು.
ಜನವರಿ 22 , 2024
ಅಯೋಧ್ಯೆಯಲ್ಲಿ ರಾಮಮಂದಿರ ಉದ್ಘಾಟನೆ ಈ ಹಿನ್ನಲೆಯಲ್ಲಿ ಬೆಂಗಳೂರಿನ...
मातोश्रीवर उद्धव ठाकरे यांच्यासमोर हे काय घडलं? Uddhav Thackeray | what Happened at Matoshree?
मातोश्रीवर उद्धव ठाकरे यांच्यासमोर हे काय घडलं? Uddhav Thackeray | what Happened at Matoshree?
ન્યૂડ ફોટોશૂટથી વધી શકે છે રણવીર સિંહની મુશ્કેલીઓ, મુંબઈમાં નોંધાઈ FIR
નગ્ન ફોટોશૂટ કેસમાં અભિનેતા રણવીર સિંહ વિરુદ્ધ FIR નોંધવામાં આવી છે.એક સામાજિક કાર્યકર્તાએ એક...