নিৰ্বাচনী আয়োগৰ বিশেষ সংশোধনী সম্পৰ্কত জিলা উপায়ুক্তৰ কাৰ্যালয়ত সভাৰ আয়োজন কৰে।

ভোটাৰ কাৰ্ডৰ লগত আধাৰ নম্বৰ সংযোগ কৰিব লাগিব প্ৰতিজন ভোটাৰে । 

৩১ মাৰ্চ ২০২৩ চনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব এই প্ৰক্ৰিয়া 

পূৰ্বৰ জটিলতাৰ পৰিৱৰ্তে এতিয়াৰে পৰা সৰলীকৃত হ'ব ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত, শুধৰনি আৰু নাম কৰ্তন আদিৰ কাম 

১৮ৰ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ভোটাধিকাৰৰ বাবে আবেদন কৰিব পাৰিব জনসাধাৰনে ।  

NVSP আৰু ভোটাৰ পৰ্টেলত উপলদ্ধ হ'ব এই সেৱা 

আজি ৰাতিপুৱা ১১ বজাত হাটশিঙিমাৰী উপায়ুক্তৰ কাৰ্য্যালয়ত সভাৰ আয়োজন কৰে ।