দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালে ভাৱে নাৰায়ণপুৰতো আজিৰে পৰা আৰম্ভ কৰা হৈছে আগন্তুক ৭৫ দিনলৈ চৰকাৰী চিকিৎসালয়ত প্ৰদান কৰিব COVID VACCINATION AMRIT MAHOTSAV প্ৰক্ৰিয়া ৷ লখিমপুৰ জিলাৰ ধলপুৰ ব্লকৰ অন্তৰ্গত নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয় , খেৰাজখাট প্ৰাথমিক চিকিৎসালয় , শিমলুগুৰি প্ৰাথমিক চিকিৎসালয় আৰু ধলপুৰ সামুহিক স্বাস্থ্য কেন্দ্ৰত আৰম্ভ হৈছে ভেকচিন প্ৰদান প্ৰক্ৰিয়া ৷ আজিৰ দিনটোত গৰিষ্ঠসংখ্যক লোকে এই সেৱা লাভ কৰে ৷ ১৮ বছৰৰ পৰা ৫৯ বছৰৰ প্ৰতিজন লোকে বিনামুলীয়াকৈ এই সুবিধা লাভ কৰিব বুলি জানিবলৈ দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नमाना कलस्टर राजीविका कार्यालय में बैठक का आयोजन किया
केंद्र सरकार ने किसानो की आय बढ़ाने के लिए एफपीओ के तहत बूंदी ब्लॉक राजीविका से जालेडा बूंदी...
গোলাঘাটত আম আদমী পাৰ্টীৰ যোগদান কাৰ্যসূচী
গোলাঘাটত আম আদমী পাৰ্টীৰ যোগদান কাৰ্যসূচী
ৰাজ্যত ক্ৰমাৎ সক্ৰীয় হয় পৰিছে আম আদমি পাৰ্টি...
ग्रामीण पोलिसांची धडक कार्यवाही 141600रु हातभट्टीदारु तयार करन्याचे रसायन मुदेमाल केला जप्त
ग्रामीण पोलिसांची धडक कार्यवाही 141600रु हातभट्टीदारु तयार करन्याचे रसायन मुदेमाल केला जप्त