বনৰীয়া ম'হ ৰ আক্ৰমণত কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিছাত নিগ্ৰো ওৰাং নামৰ এজন লোকৰ মৃত্যুক লৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় ৰাইজৰ। মৃতদেহ লৈ প্ৰায় ৩ ঘণ্টাকৈ অধিক সময় ধৰি বন বিভাগৰ ওপৰত ক্ষোভিত ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰাৰ ফলত বাতৰি লিখা সময়লৈকে আবদ্ধ হৈ আছে বহু যান বাহন ।বন বিভাগৰ গাফিলটিৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ ৰাইজৰ। উল্লেখ্য যে এই পথ অবৰোধৰ ফলত আবদ্ধ হৈ পৰিছে মন্ত্ৰী অতুল বৰাৰ কনভয়ো । মন্ত্ৰী গৰাকীয়ে ৰাইজক তথা উপস্থিত থকা চাহ জনগোষ্ঠীৰ সংগঠনৰ লোক সকলৰ লগত পোনপটীয়াকৈ কথোপকথনেৰে বুজনি দিয়াৰ চেষ্টা কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Paracetamol खाकर बुखार-खांसी को ठीक करने की कोशिश करते हैं तो, हो जाएं सावधान | Sehat Ep 742
Paracetamol खाकर बुखार-खांसी को ठीक करने की कोशिश करते हैं तो, हो जाएं सावधान | Sehat Ep 742
Azamgarh में Om Prakash Rajbhar और BJP से क्यों नाराज हैं राजभर बस्ती के लोग ? | Uttar Pradesh
Azamgarh में Om Prakash Rajbhar और BJP से क्यों नाराज हैं राजभर बस्ती के लोग ? | Uttar Pradesh
આપ નેતા ઇસુદાન ગઢવી એ કાર્યાલય થિ આપ્યું નિવેદન
આપ નેતા ઇસુદાન ગઢવી એ કાર્યાલય થિ આપ્યું નિવેદન
मणिपुर पर चर्चा शुरू होते ही लगा ब्रेक; संसद के दोनों सदनों में जोरदार हंगामा, दोनों पक्ष अपने तर्कों पर अड़े
नई दिल्ली। मणिपुर हिंसा पर चर्चा को लेकर संसद के दोनों सदनों में सोमवार को फिर जमकर हंगामा...
नागालैण्ड राज्य के मोन जिले में डेंगू का प्रकोप
*नागालैण्ड राज्य के मोन जिले में डेंगू का प्रकोप चिकित्सालय रोगियों से भर्ती* , 26 सितम्बर:- असम...