পশ্চিম অভয়পুৰ সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন। আজি অনুষ্ঠিত হোৱা পশ্চিম অভয়পুৰ সমবায় সমিতি বাৰ্ষিক সাধাৰণ সভাত উপস্থিত থাকে সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সভাত অংশগ্ৰহন কৰি সমবায় সমিতিৰ খনৰ প্ৰধান সমস্যা সমূহৰ সম্পৰ্কে আলোচনা কৰে। সমবায় সমিতি খন সম্পূৰ্ণ এক ৰাজহুৱা সম্পত্তি। অসমৰ ভিতৰতে দ্বিতীয় বৃহৎ সমবায় সমিতি আৰু অবিভক্ত শিৱসাগৰ জিলাৰ ভিতৰত প্ৰথম সমবায় হিচাপে এক সুনাম আছে। প্ৰায় ছয় হেজাৰ সদস্যৰে গঠিত এই সমবায় সমিতিখন জীয়াই ৰখাৰ লগতে সকলো দিশতে উন্নতি সাধন কৰিবলৈ সকলোকে কাম কৰিবলৈ আহ্বান জনায় তেখেতৰ বক্তব্যত। লগতে আধাৰ কাৰ্ড বনাবলৈ আহ্বান জনায়। উক্ত সভাত উপস্থিত থাকে সমবায় সমিতিৰ সভাপতি প্ৰফুল্ল চাংমাই, সম্পাদক দুৰ্গা কালিন্দী,তদাৰকী পৰ্যবেক্ষক কাৰ্যবাহী বিষয়া নৱজ্যোত বড়া, পৰ্যবেক্ষক অঞ্জূমনি কলিতা, চফ্ৰাই মন্ডলৰ সভাপতি অৰ্জুন চেত্ৰী প্ৰমূখ্যে সমবায় খনৰ সমূহ বিষয় ববীয়াৰ লগতে দুই শতাধিক ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભાખા રોડ ઉપર મર્ઘી ભરૈલી પીકપ પલટી જતા અકસ્માત, જુઓ DAILY BODELI NEWS
ભાખા રોડ ઉપર મર્ઘી ભરૈલી પીકપ પલટી જતા અકસ્માત, જુઓ DAILY BODELI NEWS
रत्नागिरीतील आठवडा बाजार ते काँग्रेस भुवन रस्त्याचे काम एका रात्रीत पूर्ण
रत्नागिरी : भाजप आणि काँग्रेसच्या रेट्याने अखेर आठवडा बाजार ते कॉंग्रेसभवन दरम्यानच्या रस्त्याचे...
Market Top 10 News Today: इन खबरों से आज बाजार में देखने को मिल सकती है तेजी या मंदी | Business News
Market Top 10 News Today: इन खबरों से आज बाजार में देखने को मिल सकती है तेजी या मंदी | Business News
ધોરણ 10 બોર્ડના પરિણામમાં વાવની શ્રી વસિષ્ઠ વિદ્યાલય અવ્વલ ક્રમાંકે
વાવની શ્રી વસિષ્ઠ વિદ્યાલયનું ધોરણ 10નું ઝળહળતું પરિણામ ગત રોજ જાહેર થયેલા ધોરણ 10 બોર્ડની...