অসমৰ বিভিন্ন জিলাৰ লগতে ধেমাজি জিলাৰ বিষ্ণুপুৰ নাথ গাঁও বৰ নামঘৰ প্ৰাংগণত অসম প্ৰাদেশিক নাথ যোগী সন্মিলনীৰ বিষ্ণুপুৰ আঞ্চলিকে আয়োজন কৰে ৪২ ৰ শ্বহীদৰ স্মৃতি দিৱস। পুৱাই সন্মিলনীৰ পতাকা উত্তোলন কৰি ১৯৪২ ৰ ২০ ছেপ্টেম্বৰত ঢেকীয়াজুলি থানাৰ পৰা ব্ৰিটিছ ইউনিয়ন জেক আঁতৰাই জাতীয় কংগ্ৰেছৰ পতাকা উত্তোলন কৰিব লওঁতে বৃটিছৰ গুলিত প্ৰাণ আহুতি দিয়া জাতীয় বীৰ শ্বহীদ মনবৰ নাথ, কুহুলি দেৱী, কুমলী দেৱীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৪২ৰ গণ আন্দোলনৰ শ্বহীদ সকলৰ বিষয়ে পাঠ্যপুথিত অন্তৰ্ভূক্ত কৰি শ্বহীদ সকলক উচিত মৰ্যাদা দিবলৈ চৰকাৰলৈ আহ্বান জনায় শ্বহীদ কুমলি দেৱীৰ আজু নাতি সোনাৰাম নাথে। আনহাতে চিলাপথাৰৰ চিলাবালি কনকলতা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা আৰু নাথ যোগী জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিয়ে আয়োজন কৰা শ্বহীদ দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰি নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক অৰবিন্দ নাথে প্ৰীতি ফুটৱল খেলৰ শুভ উদ্ধোধনী কৰে। সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে অনুষ্ঠিত হোৱা অনুষ্ঠানত দুই শতাধিক লোকে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मैनपुरी: गणेश पंडाल में युवक नाचते समय बेहोश होकर गिरा डॉक्टरों ने मृत घोषित किया
मैनपुरी: गणेश पंडाल में युवक नाचते समय बेहोश होकर गिरा डॉक्टरों ने मृत घोषित किया
Maharashtra: Uddhav Thackeray ने लगाए विधानसभा स्पीकर Rahul Narvekar पर दबाव में होने के आरोप
Maharashtra: Uddhav Thackeray ने लगाए विधानसभा स्पीकर Rahul Narvekar पर दबाव में होने के आरोप
ચાલો મતદાન કરીએ" વિષય પર રંગોળી સ્પર્ધાનું આયોજન
બોટાદમાં વિદ્યાર્થીઓને મતદાનનું મહત્વ સમજાવવા સરકારી માધ્યમિક શાળામાં "ચાલો મતદાન કરીએ" વિષય પર...
‘कर्नाटक सरकार को गिराने की हो रही कोशिश’, कांग्रेस ने भाजपा-जेडीएस पर लगाए गंभीर आरोप
अखिल भारतीय कांग्रेस कमेटी (एआईसीसी) के महासचिव के.सी. वेणुगोपाल ने कहा कि राज्य में पिछली...
ભીલડી ઠાકોર સમાજની વ્યસનમુક્તિ અંગેની મિટિંગ યોજાઈ
ભીલડી ઠાકોર સમાજની વ્યસનમુક્તિ અંગેની મિટિંગ યોજાઈ