লাক্ষীমপুৰ জিলা দিৱস উপলক্ষে ঢকুৱাখনা পৌৰ সভাৰ উদ্যোগত সুৰেন বৰগোঁহাই পথত গছপুলি ৰোপণ কাৰ্যসূচীৰ উদ্বোধন কৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই।উক্ত উদ্ধোধনী উপস্থিত থাকে ঢকুৱাখনা পৌৰ সভাৰ কাৰ্যবাহী বিষয়া অভিজাত বৰা ,ঢকুৱাখনা পৌৰ সভা উপাধ্যক্ষ চন্দমা গগৈ ,ঢকুৱাখনা মহাবিদ্যালয় অধ্যক্ষ ডঃ যুগানন্দ সুত, হাৰ্হি মহাবিদ্যালয় অধ্যক্ষ ডঃ মানস জ্যোতি নেওগ আদি কৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
লাক্ষীমপুৰ জিলা দিৱস উপলক্ষে ঢকুৱাখনা পৌৰ সভা উদ্যোগত সুৰেন বৰগোঁহাই পথত গছ পুলি ৰোপণ কাৰ্যসূচী শুভ উদ্ধোধন মহকুমাধিপতি
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/09/nerity_30ba78d6d8f4ac6ae411fd06e76e67ee.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)