Golaghat Breaking.….

গোলাঘাটৰ বৰজান চাহ বাগিচাত সোপাধৰাৰ সন্দেহত উতপ্ত পৰিস্থিতি

গোলাঘাট আৰক্ষীৰ উপস্থিতিত প্ৰাণ ৰক্ষা পৰিল এজন ব্যক্তিৰ

বুধবাৰে সন্ধিয়া গোলাঘাট জিলা অন্তৰ্গত বৰজান চাহ বাগিচাত সুপাধৰা সন্দেহত উৎপন্ন হয় উত্তেজনাময় পৰিস্থিতি।  

গোলাঘাট জিলাৰ বৰজান চাহ বাগিচাত সুপাধৰাৰ সন্দেহত এজন যুৱকৰ উপৰত প্ৰহাৰ । প্ৰাণ ৰক্ষা কৰিবলৈ স্থানীয় লোকে আবদ্ধ কৰিলে এখন দোকানত। গোলাঘাট উপ আৰক্ষী অধীক্ষক মাধুৰ্য বৰুৱা উপস্থিত হৈ নিয়ন্ত্ৰন কৰিলে উত্তপ্ত পৰিবেশ। বৰ্তমান লৈকে জানিব পৰা মতে সূপাধৰা সন্দেহত আবদ্ধ কৰি ৰখা য়ুৱক জন মানসিক বিকাৰগ্ৰস্ত হয় থকা বুলি।সোপাধৰা বুলি সন্দেহ কৰা যুৱক জনৰ বৰ্তমান লৈকে কোনো পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই।বৰ্তমান য়ুৱক জন আৰক্ষী জিম্মাত।