নলবাৰী জিলা কৃষি উন্নয়ন বিষয়া,ঘগ্ৰাপাৰ কৃষি চক্ৰৰ জৰিয়তে “মুখ্যমন্ত্ৰীৰ শ্যামলা চৌহদ আচঁনিৰ “ অধীনত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠানলৈ উন্নত জাতৰ ফলমূলৰ গছপুলি বিতৰণ কাৰ্য্যসূচী আজি আৰম্ভণি কৰে৷ইয়াৰ অংশ হিচাবে আজি পূৱা ঘগ্ৰাপাৰ কৃষি কাৰ্য্যালয়ৰ উদ্যোগত ঘগ্ৰাপাৰৰ ঐতিহ্যমণ্ডিত নিমুৱা বুঢ়া গোহাই থানৰ চৌহদত এলানি গছপুলি ৰোপণ কাৰ্য্যসূচী ৰূপায়ণ কৰে৷উক্ত গছপুলি ৰোপণ কাৰ্য্যসূচীত কৃষি বিষয়া কবিতা কোৱৰ,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,সম্পাদক শ্যামন্ত শৰ্মা,অগপ ঘগ্ৰাপাৰ পঞ্চায়ত পৰিষদৰ সম্পাদক ডিম্বেশ্বৰ হালৈ,বুঢ়া গোহাই থান পৰিচালনা সমিতিৰ সভাপতি থানেশ্বৰ লহকৰ,সম্পাদক খনীন্দ্ৰ কুমাৰ লহকৰ,ক্ৰীড়া সংগঠক ভবেন বড়ো আদি লোক সকল উপস্থিত থাকি গছপুলি ৰোপণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જામનગર વતનમાં મંત્રીનું કરવામાં આવ્યું સ્વાગતધ્રોલ માં રાઘવજી પટેલ, કાલાવડના ધારાસભ્ય મેઘજી
જામનગર....
વતનમાં મંત્રીનું કરવામાં આવ્યું સ્વાગત
ધ્રોલ માં રાઘવજી પટેલ,...
Lok Sabha Election 2024: कांग्रेस छोड़ने के बाद भाजपा में शामिल हुईं राधिका खेड़ा,
नई दिल्ली। लोकसभा चुनाव के तीसरे चरण की वोटिंग के बीच मंगलवार को कांग्रेस की पूर्व नेता और...
ધર્મેન્દ્ર રોડ પર બેબી આઈટમના શો રૂમમાં રૂ।.4 લાખની ચોરી કરનાર શકમંદની શોધખોળ
રાજકોટ શહેર એ. ડિવિઝન પોલીસ સ્ટેશનમાં નોંધાયેલા શો રૂમની ચાર લાખની ચોરીના ગુનામાં ક્રાઈમ બ્રાંચે...
Bapod Police Station ખાતે લોકદરબાર યોજાયો
Bapod Police Station ખાતે લોકદરબાર યોજાયો