গোলাঘাট ঘিলাধাৰীত এজন গৃহৰক্ষী জোৱানক মাৰ পিত কৰা ৰাজেশ্বৰ গগৈৰ কৰ্টৰ সমুখত মন্তব্য l গোলাঘাট ঘিলাধাৰীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেশ্বৰ গগৈয়ে সুৰামত্ত হৈ এজন গৃহৰক্ষী জোৱানক মাৰ পিত কৰা সন্দৰ্ভত আজি কৰ্তৰ সন্মুখত সাংবাদিকৰ মাৰ পিত কৰাটো স্বীকাৰ নকৰে l