গঞা ৰাইজে বাহৰে মৰণক শৰণ দি বিপদ সংকুল যাতায়ত ।

যিকোনো সময়তে সংঘটিত হব পাৰে ভয়ানক দুৰ্ঘটনা ৷

দলগাওঁ ৰ 3 নম্বৰ কছাৰী ভেটি টোপ গাঁও ত মৰণ ফান্দ সদৃশ বাঁহৰে যাতায়ত শ শ পথচাৰীৰ ।

যিকোনো মূহুৰ্তত সংঘটিত হ'ব পাৰে অঘটন