সোণাৰিৰ দিচাংপানীত ছাত্ৰ অপহৰণ সন্দৰ্ভত চৰাইদেউ আৰক্ষীৰ প্ৰতিক্ৰিয়া প্ৰকাশ। এতিয়ালৈকে আৰক্ষীৰ ওচৰত কোনো ধৰণৰ গোচৰ ৰুজু হোৱা নাই বুলি মন্তব্য চৰাইদেউ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ। ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই ঘটনা সঁচা নে উৰা বাতৰি তাকে লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। আনহাতে ৰাজ্যত সোপাধৰাৰ আতংক সন্দৰ্ভত বাতৰি প্ৰচাৰ হৈ থকা সময়তে সোণাৰিৰ দিচাংপানীত সংঘটিত ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আজিৰে পৰা ঢকুৱাখনা বালিগাওঁ নাট্য মন্দিৰত ভগৱান শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ
(বেহাৰবাৰী আউটপুটৰ অংশুমান ভূঞাৰ নাট্যাভিনয় : খোল - তাল - বাঁহীৰ শব্দই মুখৰ ঢকুৱাখনা চৌদিশ)...
बेनीवाल को हराने वाले डांगा ट्रैक्टर से विधानसभा पहुंचे:उपचुनाव में जीते विधायकों ने शपथ ली, सदन में बाप तीसरी बड़ी पार्टी
उपचुनाव में जीतकर आए विधायकों को आज विधानसभा स्पीकर वासुदेव देवनानी के चैंबर में शपथ दिलाई गई।...
देशभरातील गृहमंत्र्यांची 'सायबर सुरक्षेसंदर्भात' बैठक | दिल्ली | उपमुख्यमंत्री देवेंद्र फडणवीस
देशभरातील गृहमंत्र्यांची 'सायबर सुरक्षेसंदर्भात' बैठक | दिल्ली | उपमुख्यमंत्री देवेंद्र फडणवीस
Infosys Q4 results: Share में कल क्या होगा ?
Infosys Q4 results: Share में कल क्या होगा ?