ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত পথালিবাম তৰাজান গাঁৱত এটি ১১ বছৰীয়া চাহিল কৰোৱা নামৰ শিশুৰ ৰহস্যজনক ভাৱে মৃত্য হয়। ঘটনাৰ সন্দৰ্ভত ৰাইজে মৰাণ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিশুটিৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰে, লগতে ৰাইজৰ অভিযোগ ভিত্তিত শিশুটিৰ পিতৃ পঘনু কৰোৱা আটক কৰি সোধপোচ অব্যাহত ৰাখিছে। কিন্তু চাহিল কৰোৱাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ পিছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
માલધારી સમાજ દ્વારા બંધનાં એલાન
#buletinindia #gujarat #sabarkantha
मिलिए Asian Games में हिस्सा लेने जा रही भारतीय महिला रग्बी टीम से
मिलिए Asian Games में हिस्सा लेने जा रही भारतीय महिला रग्बी टीम से
iPhone 16 Series में मिला है कैमरा कैप्चर बटन, कैसे करेगा काम; एपल इंटेलिजेंस के साथ मजेदार होगा इस्तेमाल
नई आईफोन सीरीज में कुल चार मॉडल iPhone 16 iPhone 16 Plus iPhone 16 Pro iPhone 16 Pro Max को लाया...
અમદાવાદ શહેરની 873 ઘરોમાં મચ્છરના બ્રિડિંગ મળી આવ્યા
અમદાવાદ
શહેરમાં મચ્છરજન્ય રોગચાળો વકરી રહ્યો છે જેને લઈને આરોગ્ય વિભાગ દ્વારા હવે સોસાયટીમાં...
শিৱসাগৰ নগৰত জ্যেষ্ঠ নাগৰিক সংস্থাৰ কাৰ্য্যকৰী সভা, ককা- আইতা দিৱস উদ্যাপন কৰাৰ সিদ্ধান্ত গ্ৰহন।
শিৱসাগৰ নগৰৰ মাজ মজিয়াত অৱস্থিত শংকৰ মন্দিৰ পথত থকা জ্যেষ্ঠ নাগৰিক সন্থাৰ কাৰ্য্যালয়ত অনুষ্ঠিত...