সোণাৰিৰ নাফুক সন্মিলিত যুৱ মঞ্চ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে নাফুক আদৰ্শ গাঁৱৰ পৰা ঐতিহাসিক শিৱসাগৰলৈ সুস্হ শৰীৰ বৰ্তাই ৰখাৰ স্বাৰ্থত চাইকেল ৰেলীৰ আয়োজন কৰা হৈছে ।