আজি পুৱা লখিমপুৰ জিলাৰ হাৰমতি ৰেলৱে জংচনৰ ওচৰত এক শোকাবহ ঘটনা সংঘটিত হয়। ডেকাৰগাওঁ-মুৰ্কংচেলেক এক্সপেছৰ খন্দাত মৃত্যু হয় এজন যুৱকৰ।হাৰমতি ৰেলৱে জংচনটোৰ নিচেই ওচৰতে সংঘটিত হয় এই শোকাবহ ঘটনাটো। মৃত যুৱকজন হাৰমতীৰ দীপক বিশ্বাস।