সোণাৰিত ছাত্ৰ অপহৰণৰ ৰহস্যময় ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। এখন নীলা ৰঙৰ মাৰুতী কাৰত পথৰ পৰাই অপহৰণ পঞ্চম শ্ৰেণীৰ ছাত্ৰক। সোণাৰি দিচাংপানী দলঙৰ সমীপৰ পৰাই অপহৰণ ছাত্ৰজনক। চৰাইদেউ আৰক্ষীৰ তীব্র অভিযান অঞ্চলজুৰি। এতিয়াও কোনো শুংসূত্ৰ পোৱা নাই অপহৰণকাৰীৰ। আনহাতে অপহৃত ছাত্ৰ জনৰো সঠিক তথ্য পোহৰলৈ অহা নাই এতিয়ালৈকে। এই ঘটনাৰ পাছতেই তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ডবকাত লোড চেডিংৰ নামত ঘন্টাৰ পিছত ঘন্টা ধৰি কৰ্তন বিদ্যুত যোগান
প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসীক ৷ ইয়াৰ মাজতে আকৌ বিদ্যুতৰ লুকা-ভাকু ৷ লোড চেডিংৰ নামত ঘন্টাৰ...
નીતિન ગડકરીએ અશોક ગેહલોતની માંગ કરી પૂરી, રાજસ્થાનના સીએમ ખુશ
રાજસ્થાનના મુખ્યમંત્રી અશોક ગેહલોતે મંગળવારે કેન્દ્રીય માર્ગ અને પરિવહન મંત્રી નીતિન ગડકરી સાથે...
डोक्यात पेव्हरब्लॉक घालून एकाची हत्या केल्या प्रकरणी रेकॉर्डवरील गुन्हेगारास अटक
डोक्यात पेव्हरब्लॉक घालून एकाची हत्या केल्या प्रकरणी रेकॉर्डवरील गुन्हेगारास अटक
08 સપ્ટેમ્બરથી ઓખા-વારાણસી એક્સપ્રેસ વારાણસીની જગ્યાએ બનારસ સ્ટેશન જશે
પશ્ચિમ રેલવેના અમદાવાદ મંડળમાંથી પસાર થતી ટ્રેન નંબર 22969/22970 ઓખા-વારાણસી-ઓખા સાપ્તાહિક...
चंदीगढ विद्यापीठातील विद्यार्थिनींच्या व्हिडीओ लीक प्रकरणात तीन जणांना अटक
पंजाब: मोहाली येथील चंदीगड विद्यापीठात एका विद्यार्थिनीने सामूहिक बाथरुममध्ये इतर विद्यार्थिनींचे...