নুমলীগড় শোধনাগাৰ পঞ্চাশ শতাংশ আৰু ফিনলেণ্ডৰ চেমপলিছ্ অ’য়’ , মেচাৰ্ছ ফুৰটন পছিশ পছিশ শতাংশ অংশীদাৰীত্বৰে নুমলীগড়ৰ লেটেকুজান ৰজাবাৰীত নিৰ্মাণৰত অসম বায়’ ৰিফাইনেৰী প্ৰাইভেট লিমিটেড ( A B R P L ) ত সঘনাই বাদ প্ৰতিবাদে শোধনাগাৰটোৰ নিৰ্মান কাৰ্য ত্বৰান্বিত কৰাত বাধাৰ সৃষ্টি কৰিছে ৷ বুধবাৰেও স্থানীয় ঠিকাদাৰ সন্থাই বহিৰাগত বানচিল আৰু টোৱামেন ইঞ্জিনীয়াৰিং নামৰ দুই কোম্পানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি ৷ সময়মতে কোম্পানী দুটায়ে স্থানীয় ঠিকাদাৰ সকলক প্ৰাপ্য ধন আদায় নিদিয়াত শ্ৰমিক কৰ্মচাৰী সকলৰ নাজল নাথল অবস্থাৰ সৃষ্টি হৈছে ৷ অবশ্যে প্ৰতিবাদস্থলীত শোধনাগাৰৰ বিষয়া উপস্থিত হৈ দুদিনৰ ভিতৰত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়াত সাময়িকভাৱে প্ৰতিবাদী কাৰ্যসুচীৰ সামৰণি মাৰে ৷ দুদিনৰ ভিতৰত এই দুই বহিৰাগত কোম্পানীয়ে ঠিকাদাৰ সকলৰ প্ৰাপ্য আদায় নিদিলে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लवकरच डिजिटल बँक सुरू होणार - केंद्रीय अर्थ राज्यमंत्री कराड यांची पत्रकार परिषदेत माहिती
लवकरच डिजिटल बँक सुरू होणार - केंद्रीय अर्थ राज्यमंत्री कराड यांची पत्रकार परिषदेत माहिती
गोंधळपाड्यावर अन्याय झाला अशी खोटी आवई उठवणार्यांना ग्रामस्थच जागा दाखवतील
राष्ट्रवादी तालुका अध्यक्ष दत्ता ढवळे यांचा प्रवेश
गोंधळपाडा...
'योगी हैं देश के बेस्ट मुख्यमंत्री', सरकार बनाम संगठन विवाद के बाद केशव प्रसाद मौर्य का बड़ा बयान
उत्तर प्रदेश में सरकार और संगठन के बीच तनातनी की बात सुर्खियों में आने के बाद अब केशव प्रसाद...
मोरानहाट शाखा मारवाड़ी महिला सम्मेलन के सौजन्य से मोरान में श्री रानीसती दादी मंगल पाठ संपन्न
मोरानहाट शाखा मारवाड़ी महिला सम्मेलन के सौजन्य से मोरान में श्री रानीसती दादी मंगल पाठ संपन्न...