উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ পৰশুৰাম থানাৰ অন্তৰ্গত ৰতনপূৰ গাওঁ নিবাসি ৺সাধু কুমাৰৰ পুত্ৰ ডিম্পল কুমাৰ(১৬) নামৰ ক্ষুদ্ৰ ব্যৱসায়ী গৰাকী যোৱা ১৫ চেপ্তেম্বৰৰ পৰা সন্ধানহীন হৈ আছে৷নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰেল ষ্টেচনৰ পৰা সন্ধানহীন হৈ থকা যুৱকজনৰ পৰিয়াল সম্প্ৰতি চিন্তাত পৰিছে৷বিগত এটা সপ্তাহে যুৱকজন সন্ধানহীন হৈ থকাত পৰিয়াল লোক ঘগ্ৰাপাৰ আৰক্ষীৰ কাষ চাপিচে৷আৰক্ষীও আজি পৰ্য্যন্ত কোনো সন্ধান উলিৱাব পৰা নাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पुलिस अधीक्षक सहित पुलिस अधिकारी व जवानो ने साफ सफाई कर स्वच्छता का दिया संदेश
स्वच्छता ही सेवा पखवाड़े के तहत बून्दी पुलिस का सफाई अभियानपुलिस अधीक्षक सहित पुलिस अधिकारी व...
টিংখঙৰ বৰহোলা গাঁৱৰ পথৰ সমস্যাৰ
পথ মেৰামতিৰ বাবে সাধাৰণ ৰাইজে আবেদন কৰিবলৈ গলেও মন্ত্ৰীৰ পৰা নাপায় সহযোগিতা । ডিব্ৰুগড়...
यूपी में बदल दी गई सरकारी स्कूलों की टाइमिंग, जानें अब कितने घंटे की होगी कक्षाएं
यूपी के योगी सरकार ने स्कूलों की टाइमिंग में फेरबदल कर दिए हैं। ये फेरबदल सरकारी स्कूलों यानी कि...
গুৱাহাটী ৰে'ল ষ্টেচনত ৬০ লাখ টকা মূল্যৰ মৰ্ফিন আৰু বিদেশী চিগাৰেট জব্দ
গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ...