মানকাচৰৰ গোপালপুৰত বিজুলী মহোৎসৱ উদযাপন।
দক্ষিণ শালমাৰা মানকাচৰ জিলাত স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ হিচাপে আজি উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত নামেৰে বিজুলী মহোৎসৱ পালন কৰে।
উল্লেখযোগ্য যে জিলাখনৰ গোপালপুৰত অনুষ্ঠিত কৰা উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত অনুষ্ঠানত উপস্থিত থাকে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত জগদীশ ব্ৰক্ষ , মানকাচৰ বিদ্যুৎ বিভাগৰ SDO সেইখ আব্দুল্ল্যা NEEPCO ৰ জেষ্ঠ্য বিষয়া আছিফ ইকবালৰ লগতে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী সকলে।