অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ নেতৃত্বত আৰু জোনাই মহকুমাৰ সমিতিৰ তত্বাৱধানত ধেমাজি প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত এক ঘন্টীয়া ধৰ্ণা কাৰ্যসূচীৰ ৰুপান কৰে ।
শিক্ষক সকলৰ প্ৰাপ্য পাঁচটা দাবীয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ,নতুন পেঞ্চন নীতি বাতিল কৰি পুৰনি পেঞ্চন নীতি বাহাল ৰখা,সকলো প্ৰকাৰৰ ঠিকা ভিত্তিক শিক্ষকক নিয়মীয়া কৰন কৰা,ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ত থকা শিক্ষক বিৰুধী সকলো দফা প্ৰত্যাহাৰ কৰা,দেশৰ সকলো ৰাজ্যতে সপ্তম দৰমহা বিধি প্ৰয়োগ কৰা বিধিৰ মতে প্ৰাপ্য প্ৰদান কৰা, আৰু
শিক্ষাত ব্যক্তিগত ৰাজহুৱা অংশীদাৰত্ব বন্ধ কৰা
আদি দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যিক প্ৰাথমিক শিক্ষাৰ সন্মিলনীৰ নেতৃত্বই।
জিলা প্ৰাথমিক শিক্ষা বিষয়া জৰিয়তে শিক্ষা মন্ত্ৰী তথা অসম চৰকাৰলৈ পাঁচটা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে।।