নাজিৰা নাট্য মন্দিৰত নাজিৰা মহকুমাৰ ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলক অনুমোদন পত্ৰ প্ৰদান । মুঠ ১৭১ গৰাকী হিতাধীকাৰীক এই পত্ৰ প্ৰদান কৰা হয় । অনুষ্ঠানত নাজিৰা মহকুমাৰ মহকুমাধীপতি, সাংসদ তপন গগৈৰ প্ৰতিনিধি, নাজিৰা বিধায়ক দেবব্ৰত শইকীয়াৰ প্ৰতিনিধি উপস্থিত থাকে ।