ভাৰতীয় সেনাৰ নতুন সশস্ত্ৰ বাহিনী বহুচৰ্চিত 'অগ্নিপথ'ত যোগদানৰ বাবে সাজু হৈছে বহু সংখ্যক নিবনুৱা যুৱক যুৱতী । মৰাণৰ যুৱক যুৱতীসকলেও অব্যাহত ৰাখিছে কঠোৰ শাৰীৰিক অনুশীলন । ১১৫ নং মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ কাৰ্যালয়ৰ উদ্যোগত আৰু যুৱ মৰ্চাৰ খোৱাং মণ্ডল লগতেভাৰতীয় সেনাবাহিনীৰ সহযোগত তিলৈনগৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা চাৰি দিনিয়াকৈ অনুষ্ঠিত হৈছে এই বিশেষ শাৰিৰীক প্ৰশিক্ষণ শিবিৰ।। মৰাণৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতী সকলক একত্ৰিত কৰি তেওঁলোকক অগ্নিপথ'ত আঁচনিৰ প্ৰাক নিযুক্তি শাৰীৰিক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ১ আগষ্টৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিবিৰৰ ৪ আগষ্টত অন্ত পৰিব । এই কাৰ্যসূচীত আৰক্ষীৰ লগতে ভাৰতীয় সেনাৰ অভিজ্ঞ প্ৰশিক্ষক সকলে প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰিছে। প্ৰশিক্ষণ কাৰ্যসূচীত স্থানীয় যুৱক যুৱতী সকলৰ উৎসাহ আৰু প্ৰদৰ্শনক লৈ যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে বিধায়ক চক্ৰধৰ গগৈৰ লগতে উদ্যোক্তা সকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AAJTAK 2| JAWAN | SHAHRUKH KHAN | BOX OFFICE पर जवान के अपडेट पर नजर डालिए... | AT2 VIDEO
AAJTAK 2| JAWAN | SHAHRUKH KHAN | BOX OFFICE पर जवान के अपडेट पर नजर डालिए... | AT2 VIDEO
महात्मा गांधी स्कूल में ही हो रही महात्मा गांधी की प्रतिमा की बेकद्री, जगह-जगह से खंडित प्रतिमा की स्कूल प्रशासन नहीं ले रहा सुध
महात्मा गांधी स्कूल में ही हो रही महात्मा गांधी की प्रतिमा की बेकद्री, जगह-जगह से खंडित प्रतिमा...
પશુ પક્ષીઓને બચાવવ જિલ્લા કક્ષાનું કંટ્રોલરૂમ નંબર ૦૨૬૭૩-૨૨૧૨૬૬/એનિમલ હેલ્પલાઇન નંબર ૧૯૬૨ ઉપર સંપર્ક કરો
દાહોદ જિલ્લામાં કરુણા અભિયાન અંતર્ગત જિલ્લા અને તાલુકા કક્ષાએ પશુ સારવાર કેન્દ્રોની વ્યવસ્થા...
ASUS Zenfone 10: पॉवरफुल प्रोसेसर और 16GB रैम के साथ लॉन्च हुआ ये धांसू स्मार्टफोन, मिलेगा प्रीमियम डिजाइन
Asus Zenfone 10 में 2400 × 1080 पिक्सल रेजोल्यूशन के साथ 5.9 इंच का फुल एचडी+ AMOLED HDR...
Lok Sabha Election Results 2024: BJP के हाथ से कैसे फिसली Ayodhya? ये हो सकते हैं 4 बड़े कारण?
Lok Sabha Election Results 2024: BJP के हाथ से कैसे फिसली Ayodhya? ये हो सकते हैं 4 बड़े कारण?