পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত ঘোঁৰাশাল(তুৰাই) গাঁৱৰ দক্ষিণ চুবুৰী নিবাসী তথা জলসম্পদ বিভাগৰ কৰ্মচাৰী মজিবৰ ৰহমানে দীৰ্ঘ দিন ধৰি মধুমেহ আৰু বৃক্ক জনিত ৰোগত আক্ৰান্ত হৈ ৰোগৰ সৈতে যুঁজি থাকি আজি নিজ বাসগৃহত পুৱা ৬ বজাত মৃত্যুক আকোঁৱালি লয়। মৃত্যুৰ সময়ত পত্নী, দুগৰাকী পুত্ৰ, দুগৰাকী কন্যা, জোৱাই,নাতি-নাতিনীৰ লগতে বহুতো আত্মীয় ও শুভাকাংশীক এৰি থৈ যায়। তেখেতৰ মৃত্যুত প্ৰাক্তন ছাত্ৰ নেতা তথা পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ সম্পাদক মোস্তাক হুছেইনে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। উল্লেখ্য যে তেখেতৰ জানাজা সম্পন্ন হব দিনৰ দুই বজাত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
‘घरोघरी तिरंगा’ चित्ररथाला;
जिल्हाधिकाऱ्यांनी दाखविली हिरवी झेंडी
घरोघरी तिरंगा’ चित्ररथाला;जिल्हाधिकाऱ्यांनी दाखविली हिरवी झेंडी
औरंगाबाद;
'आझादी का...
મતદારોસુધારણાકાર્યક્રમઅતર્ગતઆજરોજ મતદાન કેન્દ્રપરજઈ ને નવામતદારોના ફોર્મભરી જરૂરીમાર્ગદર્શનઆપ્યુંહતુ
મતદારોસુધારણાકાર્યક્રમઅતર્ગતઆજરોજ મતદાન કેન્દ્રપરજઈ ને નવામતદારોના ફોર્મભરી જરૂરીમાર્ગદર્શનઆપ્યુંહતુ
ARMY SERVICE CORPS MOTORCYCLE DISPLAY TEAM "TORNADOES" REACHES SHILLONG
Shillong: The Army Service Corps Motorcycle Display Team "Tornadoes" has reached Shillong to...
રાજ્યમંત્રી ડો. કુબેરભાઈ ડીંડોરે દાહોદમાં વિશ્વાસથી વિકાસ યાત્રા અંતર્ગત રૂ. ૧૪.૬૧ કરોડના ૪૫ વિકાસકાર્યો લોકાર્પણ કર્યું
રાજ્યના નાગરિકોએ સરકારમાં મુકેલા વિશ્વાસને વિકાસ થકી સરકારે સાચો ઠરાવ્યો – રાજ્યમંત્રી ડો....