ৰাজ্যত আজি শুভাৰম্ভ কৰা হ’ল কোভিড-১৯ ভেকছিন অমৃত মহোৎসৱ। ‘ভেকছিন কৰক নিশ্চিত, সুৰক্ষা কৰক সুনিশ্চিত’ শ্ল’গানেৰে আৰম্ভ কৰা এই অভিযানৰ দৰং জিলাত শুভ উদ্বোধন কৰে জিলা স্বাস্থ্য বিষয়াই। দৰং জিলাৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰত পুৱা ১১ বজাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ জৰিয়তে এই অভিযানৰ শুভাৰম্ভ কৰা হয়।অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে, আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি টিকাকৰণ অমৃত মহোৎসৱ আজিৰে পৰা ৭৫ দিনৰ কাৰণে যিসকলৰ ১৮ ৰ পৰা ৫৯ বছৰ লোকে তৃতীয় পালি ভেকচিন লোৱা নাছিল তেওঁলোকক আজিৰ পৰা ৭৫ দিনত ভেকচিন প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।এই অভিযানৰ জৰিয়তে ১৮ ৰ পৰা ৫৯ বছৰ বয়সৰ যোগ্য ব্যক্তিসকলক কোভিড-১৯ সুৰক্ষাসূচক পালি সকলো চৰকাৰী টিকাকৰণ কেন্দ্ৰত পৰৱৰ্তী ৭৫ দিনলৈকে বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પોલીસ હેડ ક્વાર્ટર ખાતે ગરબાનું આયોજન
#buletinindia #gujarat #bharuch
कोटा में बजट के अभाव में सिटी बसों का संचालन बन्द, 10 दिन से रूठ पर नही आई बसे, यात्री परेशान, जाने
कोटा में बजट के अभाव में सिटी बसों का संचालन बन्द, 10 दिन से रूठ पर नही आई बसे, यात्री परेशान, जाने
રાજપર ગામની જમીનનો બારોબાર દસ્તાવેજ કરી દેતા બે શખશો સામે પોલીસ ફરિયાદ નોંધાઈ
દસાડા તાલુકાના રાજપર ગામની ખેતીની જમીનમાં લોન લેવાના કાગળો કરતા સમયે જમીન વેચી દીધાની જાણ થતાં...
Mission Raniganj Review: Akshay का मिशन रानीगंज, फेल या पास?
Mission Raniganj Review: Akshay का मिशन रानीगंज, फेल या पास?
Joshimath: भविष्य की चिंता में बढ़ा तनाव... जोशीमठ के कई लोग डिप्रेशन का शिकार, हेल्पलाइन पर मांग रहे मदद
परी फाउंडेशन की फाउंडर एवं न्यूरो साइकोलॉजिस्ट डॉ. सोना कौशल गुप्ता ने बताया कि जोशीमठ के...