মাজুলীৰ এখন বিদ্যালয় ৰ সুন্দৰ প্ৰয়াস : আৰাম্ভ কৰিছে ডিজিটেল ক্লাছ ৰ

মাজুলীৰ প্ৰাথমিক বিদ্যালয়ত আৰম্ভ হ'ল ডিজিটেল ক্লাছৰ 

 মাজুলী ৯৮ নং মৰিসুতি প্ৰাথমিক বিদ্যালয়ৰ আৰ্দশনীয় পদক্ষেপ সংযোজন প্ৰথমটো ডিজিটেল ক্লাছ ৰুমৰ 

●৯৮ নং মৰিসুতি প্ৰাথমিক বিদ্যালয়ত অভিভাৱক আৰু শিক্ষক সকলৰ সহযোগত এটা স্মাৰ্ট টিভি ক্ৰয় কৰি দৃশ্য শ্ৰব্যৰ মাধ্যমৰে আৰম্ভ কৰিছে পাঠদানৰ । 

● বিদ্যালয় খনত মাত্ৰ দুজন শিক্ষকৰে চলাই আহিছিল পাঠ দান। এই সংযোজনৰ ফলত ক্লাছ সমূহ কৰাত সুবিধা হব বুলি মন্তব্য শিক্ষক সকলৰ ।

● আজি শুভাৰম্ভনি অনুষ্ঠানত উপস্থিত থাকে মাজুলী খণ্ড শিক্ষা বিষয়া সৌৰভ বৰফুকন।

দৃশ্য- শ্ৰব্যৰ মাধ্যমেৰে আৰম্ভ হোৱা এই খনেই মাজুলীৰ প্ৰথমখন বিদ্যালয় ৷